Showing posts from 2020Show all
বহাগ বিহু তথা ৰঙালী বিহুৰ শুভেচ্ছা।

আজি বহাগ বিহুৰ উৰুকা। বহাগ বিহু কলেই প্ৰতি গৰাকী অসমীয়াৰ গা হয় সাতখন-আঠখন। প্ৰতি গৰাকী অসমীয়াৰ ঘৰে ঘৰে আজি ৰঙালীক আদৰাৰ যেন ব্যাপক প্ৰস্তুতি। কোনোবাই হয়তো পিঠা-পনা, লাডু আদি বনোৱাত ব্যস্ত। কোনোবাই হয়তো দুহাতত জেতুকা বুলাইছে আন ক…

কি হ'ব এই এইবাৰ অসমীয়াৰ বাপোতি সাহোন ৰঙালী বিহু?

দুহাতত জেতুকাৰ বোল... খোপাত কপৌফুল... যোৱা বাৰ বিহু তলিত... মিচিকিয়াই হাঁহি মাৰি... লগাই দিছিলা মোক গণ্ডগোল.... কি হ'ব এই বাৰ অসমীয়াৰ বাপোতি সাহোন ৰঙালী বিহুৰ। কুলি-কেতেকীয়ে আজিও দেখোন গছৰ লঠঙা ডালবোৰত পৰি মিঠা মিঠা …